কেনেকৈ যাম ?

🚢 ফেৰী / জাহাজ সেৱা

ৰাজাদুৱাৰ ঘাট :-

গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৭:৩০,৮:৩০,৯:০০,১০:৩০ আৰু আবেলি ১:০০,৩:০০,৫:৩০,৬:৪৫

ৰবিবাৰ : ৰাতিপুৱা ৯:৩০, ১০:৩০ আৰু আবেলি ৫:৩০

উত্তৰ গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৮:০০, ৯:০০, ৯:৩০, ১১:৩০ আৰু আবেলি ২:০০, ৪:০০, ৬:০০ আৰু ৭:১৫

মধ্যম খন্দ ঘাট :-

গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৮:৪৫, ১০:০০ আৰু আবেলি ৪:৩০, ৬:০০ আৰু ৭:০০

ৰবিবাৰ : ৰাতিপুৱা ১০:৩০ আৰু আবেলি ৫:০০

উত্তৰ গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৯:২৫, ১০:৩০ আৰু আবেলি ৫:০০, ৬:৩০ আৰু ৭:৩০

ৰাতিপুৱা ১১: আৰু আবেলি ৫:৩০ ইয়াৰ উপৰিও ইঞ্জিন চালিত নাঁও ৰাতিপুৱা ৬-৩০ বজাৰ পৰা দু্য়োপাৰৰ পৰা পোৱা যায়।

🚆 By Ropeway

Visitors can also reach North Guwahati using the Guwahati Ropeway service across the Brahmaputra River. The ropeway connects Kachari Ghat (Panbazar side) with North Guwahati.

After reaching the North Guwahati terminal, devotees can hire local transport (auto-rickshaw or car) to reach Shri Shri Doul Govinda Temple, which is approximately 4–5 km from the ropeway station. Local guides are also available to help visitors explore the historical and cultural places of North Guwahati apart from the Doul Govinda Temple. This option offers a scenic aerial view of the mighty Brahmaputra River and the city of Guwahati, making the journey both comfortable and memorable for pilgrims and tourists.

🚆 ৰে'ল সেৱা

মন্দিৰৰ নিচেই কাষতে আছে গুৱাহাটী ৰে'লৱে ষ্টেচন আৰু কামাখ্যা ৰে'লৱে ষ্টেচন।.

🛻 পথ / ৰাস্তা

গুৱাহাটীৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে আদাবাৰী আৰু জালুকবাৰীৰ পৰা ট্ৰেকাৰ/টেম্প পোৱা যায় । ইয়াৰ উপৰিত্ত মন্দিৰলৈ যোৱাৰ বাবে বাছ, অ'টো, ৰিক্সা, কেব আদিৰও সুবিধা আছে।

✈️ বিমান সেৱা

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিভিন্ন ধৰনৰ কেব আদিৰে মন্দিৰলৈ অহাৰ সুবিধা আছে।