|   |  বিষয়বস্তু:    |  মতামত  |  আমাক যোগাযোগ কৰক  |   |  ভাষা সলনি কৰিবলে ক্লিক কৰক ইংৰাজী  | 

শ্ৰীশ্ৰী দৌলগোৱিন্দ মন্দিৰ

এক বিষয়ববীয়া ৱেবচাইট শ্ৰীশ্ৰী দৌলগোৱিন্দ প্ৰশাসনৰ

কেনেকৈ যাম ?



ফেৰী / জাহাজ সেৱা

ৰাজাদুৱাৰ ঘাট :-

গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৭:৩০,৮:৩০,৯:০০,১০:৩০ আৰু আবেলি ১:০০,৩:০০,৫:৩০,৬:৪৫
ৰবিবাৰ : ৰাতিপুৱা ৯:৩০, ১০:৩০ আৰু আবেলি ৫:৩০
উত্তৰ গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৮:০০, ৯:০০, ৯:৩০, ১১:৩০ আৰু আবেলি ২:০০, ৪:০০, ৬:০০ আৰু ৭:১৫
ৰবিবাৰ : ৰাতিপুৱা ৯:৩০ আৰু আবেলি ১:৩০ আৰু ৬:০০

মধ্যম খন্দ ঘাট :-

গুৱাহাটীৰ পৰা: ৰাতিপুৱা ৮:৪৫, ১০:০০ আৰু আবেলি ৪:৩০, ৬:০০ আৰু ৭:০০
ৰবিবাৰ : ৰাতিপুৱা ১০:৩০ আৰু আবেলি ৫:০০
উত্তৰ গুৱাহাটীৰ পৰা : ৰাতিপুৱা ৯:২৫, ১০:৩০ আৰু আবেলি ৫:০০, ৬:৩০ আৰু ৭:৩০
ৰবিবাৰ : ৰাতিপুৱা ১১: আৰু আবেলি ৫:৩০
ইয়াৰ উপৰিও ইঞ্জিন চালিত নাঁও ৰাতিপুৱা ৬-৩০ বজাৰ পৰা দু্য়োপাৰৰ পৰা পোৱা যায়।

ৰে'ল সেৱা

মন্দিৰৰ নিচেই কাষতে আছে গুৱাহাটী ৰে'লৱে ষ্টেচন আৰু কামাখ্যা ৰে'লৱে ষ্টেচন।

পথ / ৰাস্তা

গুৱাহাটীৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে আদাবাৰী আৰু জালুকবাৰীৰ পৰা ট্ৰেকাৰ/টেম্প পোৱা যায় । ইয়াৰ উপৰিত্ত মন্দিৰলৈ যোৱাৰ বাবে বাছ, অ'টো, ৰিক্সা, কেব আদিৰও সুবিধা আছে।

বিমান সেৱা

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিভিন্ন ধৰনৰ কেব আদিৰে মন্দিৰলৈ অহাৰ সুবিধা আছে।